সুস্থ হৈ উঠিছে ঋষভ পন্ট; দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে ফটো মুকলি কৰিলে পন্টে

ক্ৰিকেটাৰ ঋষভ পণ্টে ২০২২ চনৰ ৩০ ডিচেম্বৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নিজৰ ছবি শ্বেয়াৰ কৰিছিল।চিত্ৰসমূহত পণ্টক ক্ৰাচত খোজ কাঢ়ি থকা দেখা গৈছে।

পণ্টে লিখিছে, “এখোজ আগুৱাই যোৱা। এখোজ শক্তিশালী। এখোজ ভাল।” যোৱা ৬ জানুৱাৰীত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত পণ্টৰ আঁঠুৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

Related Articles