January 24, 2024 BCCI বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ, ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ… Share FacebookTwitterWhatsAppTelegramKooEmail বিচিচিআই বঁটা ২০২৪ত জিলিকিল অসমৰ ৰিয়ান পৰাগ। ‘লালা অমৰনাথ এৱাৰ্ড’ লাভ ৰিয়ান পৰাগৰ। অসমৰ ৰিয়ান পৰাগে ঘৰুৱা ক্ৰিকেটত লাভ কৰিছে লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বঁটা। BCCI এ এই বঁটা প্ৰদান কৰিছে ৰিয়ানক। Author: দৈনন্দিন বাৰ্তা Related Articles Uma Chetry: গুৱাহাটীত বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক আদৰণি দৈনন্দিন বাৰ্তা - November 9, 2025 Uma Chetry: মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছেঃ উমা চেত্ৰী দৈনন্দিন বাৰ্তা - November 7, 2025 Uma Chetry: বিশ্বকাপ জয় কৰি অসমলৈ উমা চেত্ৰী দৈনন্দিন বাৰ্তা - November 7, 2025