July 19, 2023 ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য… Share FacebookTwitterWhatsAppTelegramKooEmail ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য। ইণ্ডিয়া A দলত স্থান পোৱা অসম সন্তান ৰিয়ানে দখল কৰিলে পাকিস্তানৰ এটা উইকেট। চিৰবৈৰী পাকিস্তানৰ ছাহিবজাদা ফাৰহানক ৩৫ ৰানত আউট কৰালে ৰিয়ান পৰাগে। Author: দৈনন্দিন বাৰ্তা Related Articles “গৌৰৱ গগৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক”- পাকিস্তানলৈ যোৱা গৌৰৱ গগৈক গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ দৈনন্দিন বাৰ্তা - February 12, 2026 T20 World Cup 2026: T20 বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতৰ দ্বিতীয়খন মেচ দৈনন্দিন বাৰ্তা - February 12, 2026 Abhishek Sharma: T20 বিশ্বকাপৰ পূৰ্বে অসুস্থ ক্ৰিকেটাৰ অভিষেক শৰ্মা দৈনন্দিন বাৰ্তা - February 11, 2026