Breaking

বিলাসীপাৰা চিকলীখাতাত পথ দুৰ্ঘটনা। থিতাতে নিহত এজন…

0 95

ধুবুৰী জিলাৰ বিলাসী পাৰা চিকলীখাতা ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটো বাইক আৰু জে চি বি ৰ মাজত সংঘৰ্ষ।

দুৰ্ঘটনাগ্ৰস্ত হোৱা ব্যক্তিজনৰ নাম মিৰ হুছেইন আৰু তেওঁৰ ঘৰ চৰুৱাবাখৰা।

দুৰ্ঘটনাত বাইক আৰোহী জন থিতাতে মৃত্যু হয়।

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ প্ৰতিবেদন

Leave A Reply