October 2, 2023 গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাহনৰ। গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৮জনকৈ লোক। আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026