September 28, 2023 নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail নিশা মহানগৰীৰৰ ৰুক্মিণীগাঁৱত পথ দুৰ্ঘটনা। দ্ৰুতবেগী মাৰুতি বাহনে মহটিয়ালে এজন যুৱকক। ডিভাইডাৰৰ ৰেলিং পাৰ হ’বলৈ লওঁতেই সংঘটিত এই ঘটনা। খানাপাৰা দিশৰ পৰা আহি আছিল তীব্ৰবেগী মাৰুতি বাহনখন। সংকটজনক অৱস্থাত যুৱকজনক GNRCত ভৰ্তি। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত । দৈনন্দিন বাৰ্তা - December 5, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025 ঐতিহাসিক মুহূৰ্তৰ সাক্ষী অসম: বিধানসভাত পাৰিত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক । Dr. Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - November 27, 2025