ৰাজপথত বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্য।(Road Accident)
তীব্ৰবেগী বালি কঢ়িওৱা ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত চাহ মজদুৰ সংঘৰ সভাপতি ৷
কাকপথাৰ-তালাপ সংযোগী বাইপাছত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
স্কুটিৰে গৈ থকা ললিত কৰ্মকাৰ (২৭) নামৰ ডাঙৰী চাহ বাগিছাৰ চাহ মজদুৰ সংঘৰ সভপতি গৰাকীক AS 23 BC 7185 নম্বৰৰ ট্ৰাক খনে মহতীয়াই নিয়াৰ ফলত থিতাতে নিহত হয় ৷
তালাপ আৰক্ষীয়ে জব্দ কৰিছে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷

