থানবান হৈ পৰিল এখন সুখৰ সংসাৰৰ।(Road Accident)
শিৱসাগৰৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ভটীয়াপাৰত দুৰ্ঘটনা।
ৰখাই থোৱা ডাম্পাৰত খুন্দা হোণ্ডাই বাহনৰ।
হোণ্ডাইখনৰ আৰোহী দম্পতীৰ মৃত্যু।
মাতৃৰ কোলাত থকা শিশু ৰিয়ানছ হাতীমুৰীয়া আহত।
হোণ্ডাইখনৰ চালক অৰুণ শীল গুৰুতৰভাৱে আহত।
এই ভয়ংকৰ দুৰ্ঘটনাত বিপুল আৰু নমিতা হাতীমুৰীয়াৰ মৃত্যু।

