Roi Roi Binale SGST: কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ কৰ…

কাইলৈ ছবিগৃহলৈ আহিব ‘ৰৈ ৰৈ বিনালে’।(Roi Roi Binale SGST)

মুক্তিৰ পূৰ্বেই ‘ৰৈ ৰৈ বিনালে’লৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

‘ৰৈ ৰৈ বিনালে’ৰ পৰা সংগ্ৰহ হোৱা ৰাজ্যিক কৰক লৈ বিশেষ সিদ্ধান্ত ।

জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ৰাজ্যিক GST শিল্পীৰ কল্যাণৰ বাবে দিব চৰকাৰে।

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক প্ৰদান কৰা হ’ব ‘ৰৈ ৰৈ বিনালে’ সংগ্ৰহ কৰা সকলো কৰ।

গৰিমা শইকীয়া গাৰ্গৰ ইচ্ছা অনুসৰি কলাগুৰু ফাউণ্ডেশ্যনক দিয়াৰ সিদ্ধান্ত কেবিনেটৰ।

ৰাজ্যিক কেবিনেটৰ অন্তত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।


Related Articles