দিল্লী কেপিটেলছক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ…

দেওবাৰে ভাৰতত অনুষ্ঠিত হোৱা ২০২৪ চনৰ ক্ৰিকেট মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ ফাইনেলত দিল্লী কেপিটেলছক পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰে।

নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ত দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰি আৰ চি বিয়ে জয়লাভ কৰে।

মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে।

Related Articles