September 27, 2023 ৩০ ছেপ্তেম্বৰৰ পৰা নচলিব ২০০০টকীয়া নোট… Share FacebookTwitterWhatsAppTelegramKooEmail ২০০০ টকীয়া নোট সলনিৰ অন্তিম দিন ৩০ ছেপ্তেম্বৰ। ইয়াৰ পিছত অচল হ’ব এইবোৰ নোট। আপোনাৰ হাতত মাত্ৰ ৩ দিনৰ সময়। ৩০ ছেপ্তেম্বৰৰ পৰা আৰু নচলিব ২০০০টকীয়া নোট। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026