August 14, 2024 সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি মৃত্যু কাকতিবাৰীৰ ৰুবুল গগৈ… Share FacebookTwitterWhatsAppTelegramKooEmail সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু। মৃত লোকজন কাকতিবাৰীৰ ৰুবুল গগৈ। মঙলবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল ৰুবুল গগৈ। আজি নিজ ঘৰৰ সমীপৰ কালভাৰ্টত উদ্ধাৰ লোকজনৰ মৃতদেহ। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi দৈনন্দিন বাৰ্তা - March 10, 2026 ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া: দৈনন্দিন বাৰ্তা - February 28, 2026