August 14, 2024 সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি মৃত্যু কাকতিবাৰীৰ ৰুবুল গগৈ… Share FacebookTwitterWhatsAppTelegramKooEmail সোণাৰিৰ মাহমৰাত বাঢ়নী পানীত পৰি এজনৰ মৃত্যু। মৃত লোকজন কাকতিবাৰীৰ ৰুবুল গগৈ। মঙলবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল ৰুবুল গগৈ। আজি নিজ ঘৰৰ সমীপৰ কালভাৰ্টত উদ্ধাৰ লোকজনৰ মৃতদেহ। Author: দৈনন্দিন বাৰ্তা Related Articles ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026 ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra দৈনন্দিন বাৰ্তা - June 1, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026