Rupjyoti Kurmi: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।(Rupjyoti Kurmi)

যোৰহাট মৰিয়নিৰ পথৰ পুখুৰীয়াত নিশা প্ৰায় ১:৩০ বজাত এজাক ঘৰচীয়া মʼহ পথ অতিক্ৰম কৰাৰ সময়ত বিধায়ক কুৰ্মীৰ THAR ROXX বাহনখনে খুন্দা মাৰে।

ঘন কুঁৱলিৰ বাবে এই ঘটনা সংঘটিত হয়।

সমষ্টিৰ পৰা ঘৰলৈ নিশা উভতি যোৱাৰ সময়ত দুৰ্ঘটনা সংঘটিত হয়।

ভাগ্যক্ৰমে ৰক্ষা পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীসহ নিৰাপত্তাৰক্ষী।

ঘটনাত বাহনখনৰ সন্মুখভাগৰ ক্ষতিগ্ৰস্ত হয়।

Related Articles