দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷(Sachin Tendulkar)

কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ।
ডিঙিত গামোচা লৈ কাজিৰঙা দৰ্শন।

পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ।
কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ ক্ৰিকেটৰ ভগৱানগৰাকীৰ।
