আজি দেশৰ ৭টাকৈ স্থানত বন্ধ বিমান সেৱা।(Safety utmost priority)
বিমান সেৱা বাতিল কৰিছে ইণ্ডিগ’ এয়াৰ লাইন্সে জম্মু, অমৃতসৰ, চণ্ডীগড়, লেহ।
শ্রীনগৰ বিমান বন্দৰ বন্ধ, ৰাজকোট বিমান বন্দৰৰ পৰাও বন্ধ বিমান সেৱা।
দেশৰ শেহতীয়া পৰিস্থিতিক লৈ বিমান সেৱা বন্ধৰ সিদ্ধান্ত লোৱা হৈছে।
ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই নিৰাপত্তাজনিত চিন্তাক লৈ আজিৰ বাবে উত্তৰ আৰু পশ্চিমৰ কেইবাখনো চহৰলৈ বিমান সেৱা বাতিল কৰিছে।
#TravelAdvisory
— Air India (@airindia) May 12, 2025
In view of the latest developments and keeping your safety in mind, flights to and from Jammu, Leh, Jodhpur, Amritsar, Bhuj, Jamnagar, Chandigarh and Rajkot are cancelled for Tuesday, 13th May.
We are monitoring the situation and will keep you updated.
For more…
এয়াৰ ইণ্ডিয়াই জম্মু, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটলৈ বিমান যাত্ৰা বাতিল কৰা বুলি জানিবলৈ দিয়ে।
অমৃতসৰ, জম্মু আৰু চণ্ডীগড়ৰ লগতে অন্যান্য চহৰলৈ অহা-যোৱা কৰা বিমান বাতিল কৰা হৈছে।