Breaking

গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক ছাহাবুদ্দিন মজুমদাৰ

0 27

গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক কংগ্রেছ কর্মী।

ফ্লায়িং স্কোৱাডৰ অভিযানত ১ লাখ টকাসহ ধৰা পৰিল ছাহাবুদ্দিন মজুমদাৰ।

ছাহাবুদ্দিনক বৰ্তমান যোৰহাট আৰক্ষীয়ে আটক কৰিছে।

ছাহাবুদ্দিনৰ ঘৰ হোজাইত বুলি জানিব পৰা গৈছে।

ছাহাবুদ্দিন কংগ্ৰেছ দলৰ হোজাইৰ সংখ্যালঘু কোষৰ সভাপতি।

ছাহাবুদ্দিনৰ ওপৰত যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে গোচৰ।

ছাহাবুদ্দিননে ধন লৈ অহা গাড়ী খনৰ নাম্বাৰ AS-01-FP-8122।

Leave A Reply