
২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী শিশু সাহিত্য বঁটা প্ৰথিতযশা সাহিত্যিক ৰঞ্জু হাজৰিকা (অসমীয়া ভাষাত) আৰু ভাৰ্জিন জেক’ভা মুছাহাৰীয়ে (বড়ো ভাষাত) লাভ কৰে।

লগতে ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ বঁটা নয়নজ্যোতি শৰ্মা (অসমীয়া ভাষাত)ই লাভ কৰে।
ছেল্ফ মেড ৰাণী বড়োই (বড়ো ভাষাত) লাভ কৰে।
