Breaking

ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে সমৰ হাজৰিকাক দায়িত্ব অৰ্পণ

0 2,275

অসম ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই ৰাজ্যৰ কেইবাটাও জিলাত ননুনকৈ যুৱ মৰ্চাৰ জিলা সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰাৰ সমান্তৰালকৈ ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে । নৱ নিৰ্বাচিত যুৱ মৰ্চাৰ সভাপতি জনে দলৰ সাংগঠনিক দিশত অধিক গুৰুত্ব প্ৰদান কৰি ওদালগুৰি জিলাৰ নৱ প্ৰজন্মক আগুৱাই লৈ যোৱাত ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি ওদালগুৰি জিলা বিজেপিৰ দায়িত্বত থকা মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই আশা ব্যক্ত কৰিছে ।

Leave A Reply