Breaking

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ! অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা…

0 72

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা, অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা

ঘোষণা কৰা হ’ল ২০২২-২৩ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা৷ এইবেলি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা আগবঢ়োৱা হৈছে ৷

ডঃ লক্ষহীৰা দাস, দুলাল বৰা,গুণাকৰ দেৱ গোস্বামী, ভবেন বৰবায়ন, তৰাৱতী বড়ি, গোবিন্দ শইকীয়া, কৰুণা বৰালৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে৷

একেদৰে মেঘৰঞ্জনী মেধিলৈ কথক নৃত্যৰ বাবে সংগীত নাটক একাডেমীৰ ওস্তাড বিছমিল্লা খাঁ যুৱ বঁটা আগবঢ়োৱা হৈছে৷

Leave A Reply