Sangeeta Barooah Pisharoty: প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি পদত জয়ী সংগীতা বৰুৱা পিছাৰটি

প্ৰেছ ক্লাব(Sangeeta Barooah Pisharoty) অফ ইণ্ডিয়াৰ সভাপতি পদত জয়ী অসম জীয়ৰী সংগীতা বৰুৱা পিছাৰটি।

প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ প্ৰথম মহিলা সভাপতি হিচাপে নিৰ্বাচিত সংগীতা।

প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াৰ ৬৭ ‍বছৰীয়া ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত এগৰাকী মহিলা প্ৰাৰ্থী।

সভাপতি হিচাপে নিৰ্বাচিত হোৱা সংগীতা বৰুৱা হৈছে প্ৰথমগৰাকী উত্তৰ পূৱৰ সাংবাদিক।

অসমবাসীৰ বাবে এয়া ভাল খবৰ।

Related Articles