ছানিয়া মিৰ্জাই তেওঁৰ 20 বছৰীয়া টেনিছ কেৰিয়াৰক বিদায় জনালে, ডুবাইত তেওঁৰ অন্তিম খন মেচত পৰাজিত…

ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই মঙলবাৰে তেওঁৰ ২০ বছৰীয়া পেছাদাৰী টেনিছ কেৰিয়াৰক বিদায় জনায়।

মঙলবাৰে তেওঁ ডুবাই টেনিছ চেম্পিয়নশ্বিপত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডিচন কীজৰ সৈতে প্ৰথম ৰাউণ্ডৰ মহিলা ডাবলছ মেচত পৰাজিত হয়।

ছানিয়া আৰু মেডিছনে ৰাছিয়াৰ ভিক্টৰিয়া কুডাৰমেটোভা আৰু লিউডমিলা চেমচোভাৰ যুটিৰ বিৰুদ্ধে খেলখন ৪-৬, ০-৬ ব্যৱৱধাৰাত পৰাজিত হয়৷

Related Articles