Sankor Jyoti Baruah: শীঘ্ৰে ৰাজনীতিত যোগ দিব প্ৰাক্তন আছুৰ নেতা শংকৰজ্যোতি বৰুৱাই

শীঘ্ৰে ৰাজনীতিত যোগ দিব শংকৰজ্যোতি বৰুৱাই।(Sankor Jyoti Baruah) 

ৰাজনীতিত যোগ দিবলৈ প্ৰস্তুত আছুৰ প্ৰাক্তন সা: সম্পাদকজন।

সামাজিক মাধ্যমত তাৎপৰ্যপূৰ্ণ পোষ্ট শংকৰজ্যোতি বৰুৱাৰ।

ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি সামাজিক মাধ্যমত পোষ্ট শংকৰৰ।

কোন ৰাজনৈতিক দলত যোগ দিব ৰাজহুৱা কৰা নাই শংকৰজ্যোতিয়ে।

পূর্বে কংগ্ৰেছত যোগদান কৰিব বুলি সামাজিক মাধ্যমত চলিছিল চৰ্চা।

শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত লিখিছিল-

‘শংকৰ জ‍্যোতি বৰুৱা হিচাপে সামাজিকভাৱে ৰাইজৰ সৈতে সুখে দুখে কাম কৰি আহিছো। এতিয়া ৰাইজৰ সৈতে বহুদিনৰ পৰা আলোচনা কৰি আছো। ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত।সমাজ প্ৰিয় মানুহ মই।’

Related Articles