saraswati puja 2026: বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শুভ্রবস্ত্রাবৃর্তা। (saraswati puja 2026)

আ বীণা বৰদণ্ডমণ্ডিত কৰা যা শ্বেত পদ্মাসনা।।

যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা।

সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

আজি বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতী পূজা।

বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

Related Articles