Breaking

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালৰ বৰঙণি আঢ়ৈ লাখ টকা

0 519

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আঢ়ৈ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ যুঁজখনৰ অংশ হিচাপে টিকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছে এই বৰঙনি। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে।

Leave A Reply