ইটানগৰৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত স্বচ্ছতা অভিযানত অংশগ্ৰহণ সৰ্বানন্দ সোনোৱাল

স্বচ্ছতাই আপোনাক ঈশ্বৰৰ ওচৰলৈ লৈ আহে আৰু আত্মাক শুদ্ধ ৰাখে।… সৰ্বানন্দ সোনোৱাল । স্বচ্ছতাক লৈ ততপৰ সৰ্বানন্দ সোনোৱাল । হাতত ঝাড়ু লৈ চাফা কৰা দেখা গল সৰ্বানন্দ সোনোৱালক

ইটানগৰৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছিল।

পিএমঅ’ ভাৰত ভাৰত চৰকাৰ আয়ুষ মন্ত্ৰালয়

Related Articles