Breaking

সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ শ্ৰদ্ধাৰে সোঁ‌ৱৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 2,040

ডিব্ৰুগড়ত শুকুৰবাৰে সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ ১০ম মৃত্যু তিথিত শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁ‌ৱৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমাণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাৰত ৰত্ন , বৰেণ্য শিল্পী গৰাকীৰ ফটোত পুষ্পাৰ্ঘ অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানটোত উপস্থিত থাকে বিজেপি দলৰ বহু কেইজন কৰ্মকৰ্তা ।

Leave A Reply