Breaking

সৰুসজাইত আন্তঃজিলা এথলেটিকচ্ প্ৰতিযোগিতা

0 1,037

চলিত বৰ্ষৰ অহা ৮-১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ্ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকচ্ প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ ইভেন্টসমূহত অংশগ্ৰহনৰ বাবে কামৰূপ জিলা এথলেটিকচ্ দলৰ ৫১ জনীয়া খেলুৱৈৰ তালিকা ঘোষনা। প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলগীয়া  খেলুৱৈসকল ক্ৰমে লৰা-গৌতম ডেকা,ধ্ৰুৱজ্যোতি কলিতা, কমল আলী, লোকমান আলী, চিন্ময় বৰ্মন,জিৎ কলিতা, জিতুমণি দাস ভাৰ্গৱ বড়ো, বিশ্বজিত দাস,মন্টু ডেকা,নিহাৰজ্যোতি বৰুৱা, নৱ হাজৰিকা,লক্ষী কলিতা, হীৰকজ্যোতি কলিতা, প্ৰনৱ বৰ্মন,দিব্যজ্যোতি কলিতা, জুমন কলিতা,জিষ্ণুজ্যোতি নাথ,নিলোদয় কলিতা,ধিমাংগ কলিতা,প্ৰশান্ত দাস,দ্বীপ দাস, হীৰক ৰাজবংশী, মিন্টু বৰা,বিকাশ বড়ো,বিকি কুমাৰ,দিৱস কলিতা,আমিনুল ইছলাম,মানস প্ৰতিম ৰাভা,বিকাশ কলিতা আৰু কৌশিক ডেকা

আনহাতে ছোৱালী:সুষ্মিতা বড়ো,হিমা তাঁতী,ফাৰিদা খাতুন,পিংকী কুমাৰী,মধুমিতা বৈশ্য,প্ৰিয়ংকা বড়ো, জিজ্ঞাসা দাস, মৌচুমী বড়ো,অনুপ্ৰিয়া দাস,ধৃতিমা উজীৰ,ডিম্পী মেধি,চয়নিকা কলিতা,তৰালি দাস,নিপা তালুকদাৰ,হিমাশ্ৰী ৰাভা,কংকনা নন্দী ৰয়,মিনাক্ষী দাস আৰু ধৃতি দাস।দলটোৰ প্ৰশিক্ষক- পৰাগজ্যোতি বৈশ্য আৰু মেনেজাৰদ্বয় গীতুমণি দাস আৰু ৰূপক বৈশ্য।

Leave A Reply