Breaking

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ! ৮ মহীয়া আন্তঃসত্তা মহিলাৰ চৰম সিদ্ধান্ত…

0 167

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ।

৮ মহীয়া আন্তঃসত্তা মহিলাৰ আত্মহত্যাৰ ঘটনা ।

হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ ।

ৰঙিয়াৰ ডিমুৰ মহৰীয়া গাঁওত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা

পতিৰ ঘৰত জুমি দেৱী নামৰ 24 বছৰীয়া মহিলা গৰাকীৰ চিপ লৈ আত্মহত্যা

এক বছৰ আগত কামৰূপ জিলাৰ ডিমুৰ মহৰীয়া গাওঁৰ প্ৰাণজিত শৰ্মাৰ লগত বিয়া হৈছিল জুমিৰ

প্ৰাণজিত শৰ্মা অসম আৰক্ষীৰ গুৱাহাটীৰ ডিজিপি কাৰ্যালয়ত কৰ্মৰত ।

পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাতো পৰকীয়া প্ৰেমৰ বাবে জুমিৰ পতি প্ৰাণজিতে হত্যা কৰা বুলি সন্দেহ কৰিছে

ইতিমধ্যে পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

Leave A Reply