Breaking

ছত্তিশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মুখামুখি সংঘৰ্ষত নিহত ৭ জন মাওবাদী…

0 16

ছত্তিশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মুখামুখি সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৭ জন মাওবাদী।

 নাৰায়ণপুৰৰ আবুঝ্মাদত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত মুখামুখি সংঘৰ্ষ ।অনুসৰি, ভাৰতীয় জোৱানে 4 জন নক্সালবাদীক হত্যা কৰিছে । এই গুলীয়াগুলীত 7 জন নক্সালবাদী নিহত হৈছে ।বাষ্টাৰ আই জি সুন্দৰৰাজ পিৰ পৰা নাৰায়ণপুৰৰ এছ পি প্ৰভাত কুমাৰে এই এনকাউণ্টাৰ ঘটনাৰ ওপৰত চকু ৰাখিছে । লগতে বহু ঠাইত নক্সালবাদীক সৈনিকে ঘেৰাও কৰা খবৰ পোৱা গৈছে ।

নাৰায়ণপুৰ ডি আৰ জি আৰু এছ টি এফৰ যুটীয়া দলটোৱে নক্সালবাদীৰ বিৰুদ্ধে চলায় অভিযান । জানিব পৰা মতে, নিৰাপত্তাৰক্ষী বাহিনীৰ লোকে আবুঝামদৰ বনাঞ্চলত তালাচী অভিযানত নামি পৰিছিল । তেতিয়াই জোৱান আৰু নক্সালবাদীৰ মাজত এই মুখামুখি সংঘৰ্ষ সংঘটিত হয় ।

ইতিমধ্যে জোৱানসকলে উক্ত স্থানৰ পৰা বিপুল পৰিমাণৰ নক্সালীয় সামগ্ৰীৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আনকি এই এনকাউণ্টাৰত বহু নক্সালবাদীও আহত হোৱা বুলি দাবী কৰিছে নএই অভিযগনত নিয়োজিত জোৱানসকলে ।

Leave A Reply