February 11, 2022 শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা আৰু নাই। কিছুদিন অসুস্থ হৈ আছিল শৰ্মা। দীৰ্ঘসময় ধৰি কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত আছিল তেওঁ। শৰ্মাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ। জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। Author: দৈনন্দিন বাৰ্তা Related Articles Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ দৈনন্দিন বাৰ্তা - July 28, 2025 Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ দৈনন্দিন বাৰ্তা - July 28, 2025 Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ! দৈনন্দিন বাৰ্তা - July 28, 2025