Breaking

এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ শাৰদ পাৱাৰ

0 106

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছে প্ৰবীণ ৰাজনীতিবিদ শাৰদ পাৱাৰে৷

মঙলবাৰে সংবাদমেলত এই বৃহৎ ঘোষণা পাৱাৰে৷

এন চি পিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰিছো বুলি মন্তব্য পাৱৰে।

শাৰদ পাৱাৰ এন চি পি পাৰ্টিৰ সহ-প্ৰতিষ্ঠাপক।

১৯৯৯ চনত আইএনচিৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে কিছু পুৰণি বিবাদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত পাৱাৰ, পি এ চাংমা আৰু তাৰিক আনোৱাৰে এন চি পি দল গঠন কৰে।

Leave A Reply