আমিনগাঁৱত “বৰ অসম বাৰ্তা”ৰ শাৰদীয় সংখ্যা উন্মোচন

আমিনগাঁৱত “বৰ অসম বাৰ্তা”ৰ শাৰদীয় সংখ্যা উন্মোচন ।নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উদ্যোগত প্ৰকাশিত সাপ্তাহিক কাকত “বৰ অসম বাৰ্তা” ।

“বৰ অসম বাৰ্তা”ৰ শাৰদীয় বিশেষ সংখ্যাটি উন্মোচন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ।অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত,চক্ৰ বিষয়া, ভালে সংখ্যক জ্যেষ্ঠ সাংবাদিকৰ লগতে

নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ বিষয়ববীয়া সকল ।ইতিহাস আৰু বৰেণ্য ব্যক্তি সকলক যথোচিত সন্মান প্ৰদানৰ ক্ষেত্ৰত বৰ অসম বাৰ্তাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আশাবাদী ।

Related Articles