Breaking

৪৮ বছৰীয়া শিল্পা শ্বেট্টীয়ে নিজকে ফিট ৰাখিবলৈ ব্ৰেকফাষ্টত কি খাই জানেনে…

0 185

শিল্পা শ্বেট্টীৰ ব্ৰেকফাষ্ট লিষ্টঃ বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী ডায়েট আৰু ফিটনেছৰ ক্ষেত্ৰত অতি সক্ৰিয়। তেওঁৰ ফিটনেছৰ ৰহস্য সকলোৱে জানিব বিচাৰে। ব্ৰেকফাষ্ট খাদ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ। যদি আপুনি স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰে তেন্তে আপুনিও নিজকে ফিট কৰি ৰাখিব পাৰে। আজি আমি আপোনালোকক ক’ম শিল্পা শ্বেট্টীয়ে ব্ৰেকফাষ্টত কি খায়…

শিল্পাই ব্ৰেকফাষ্টত এভোকেডো খায়। এভোকেডোয়ে ফিট কৰি ৰখাত বহুত সহায় কৰে।

ব্ৰেকফাষ্টত ওটচ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। আনহাতে শিল্পাই প্ৰতিদিনে ব্ৰেকফাষ্টত ওটছ খাই ভাল পায়।

যদিও যিকোনো সময়তে ৰস খাব পাৰে কিন্তু যদি আপুনি ব্ৰেকফাষ্টত ৰস খায় তেন্তে আপোনাৰ শৰীৰটো ফিট হৈ থাকে।

শিল্পাই নিজকে ফিট কৰি ৰাখিবলৈ প্ৰতিদিনে ব্ৰেকফাষ্টত শুকান ফল খায়।

গ্ৰীণ টিয়ে আপোনাক ফিট আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। শিল্পাই দৈনিক ব্ৰেকফাষ্টত গ্ৰীণ টি খাই ভাল পায়।

Leave A Reply