February 28, 2021 জাহাজ হ’ব অসম জাতীয় পৰিষদৰ প্ৰতীক Share FacebookTwitterWhatsAppTelegramKooEmail অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ। নিৰ্বাচন আয়োগত পঞ্জীয়ন হ’ল AJP দল ৷ পঞ্জীয়ন নম্বৰ হ’ল- ৫৬/১৬১/২০২০-২১/PPS/1 ২৫ ফেব্ৰুৱাৰীৰ পৰা পঞ্জীয়নভুক্ত হ’ল অসম জাতীয় পৰিষদ। সংবাদমেলত প্ৰতীক মুকলি কৰিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles prafulla govinda baruah: বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোক প্ৰকাশ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ দৈনন্দিন বাৰ্তা - December 15, 2025 Prafulla Govinda Baruah: পঞ্চভূতত বিলীন বিশিষ্ট সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা দৈনন্দিন বাৰ্তা - December 15, 2025 Zubeen Garg: ২০২৫ত Googleত আটাইতকৈ বেছি Search কৰিলে জুবিন গাৰ্গক দৈনন্দিন বাৰ্তা - December 15, 2025