Breaking

শিৱসেনা বিদ্ৰোহী নেতা একনাথ চিন্দেৰ সৈতে যোগদান…

0 37

চাৰিজন বিধায়ক গুৱাহাটীত উপস্থিত । শিৱসেনা বিদ্ৰোহী নেতা একনাথ চিন্দেৰ সৈতে যোগদান । চন্দ্ৰকান্ত পাটিল, যোগেশ কদম, মঞ্জুলা গাভিট আৰু গুলাব্ৰাও পাটিল নামৰ চাৰিজন বিধায়কে । গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত উপস্থিত হৈ একনাথ চিন্দে আৰু সহযোগী বিধায়কসকলৰ সৈতে শিবিৰ পাতিছে ।

মহাৰাষ্ট্ৰৰ পৰা আৰু চাৰিজন বিধায়ক আজি গুৱাহাটীত উপস্থিত হৈ । বিদ্ৰোহী শিৱসেনাৰ নেতা একনাথ চিন্দে আৰু অন্যান্য বিধায়কসকলৰ সৈতে যোগদান কৰে ।

চাৰিজন বিধায়ক – চন্দ্ৰকান্ত পাটিল, যোগেশ কদম, মঞ্জুলা গাভিট আৰু গুলাব্ৰাও পাটিল । অভিযোগত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । মুখ্যমন্ত্ৰীৰ আৱাস এৰিলে উদ্ধৱ থাকৰেই । চৰকাৰী আৱাসৰ পৰা পোনে পোনে নিজ বাসগৃহ মাতাশ্ৰীলৈ উদ্ধৱ থাকৰে ৰাওনা

Leave A Reply