Breaking

আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা ! আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৫গৰাকী লোক…

0 53

আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা।

আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ৫গৰাকী লোক।

কেলিফৰ্নিয়াৰ ট্ৰেবুকো কেনিয়ন অঞ্চলত এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

Leave A Reply