ৰঙালী বিহুৰ শুভেচ্ছা জনালে কণ্ঠশিল্পী দিপলীনা ডেকাই…

আজি পহিলা ব’হাগ, আজি মানুহৰ বিহু। ৰঙালীক লৈ ৰাজ্যৰ চাৰিওফালে পাৰ ভঙা উচাহ।

সামাজিক মাধ্যমযোগে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে কণ্ঠশিল্পী দিপলীনা ডেকাই।

বিহু উপলক্ষে সামাজিক মাধ্যমত বহুকেইখন ফটোও শ্বেয়াৰ কৰে কণ্ঠশিল্পীগৰাকীয়ে।

আনহাতে কিছুদিন পূৰ্বে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীক লণ্ডনতো বিহু নচা দেখা পোৱা গৈছিল।

Related Articles