Breaking

কণ্ঠশিল্পী সীমন্ত শেখৰে শ্বেয়াৰ কৰিলে ৮ বছৰ পূৰ্বৰ জুবিন গাৰ্গৰ ফেচবুক পোষ্ট…

0 54

কণ্ঠশিল্পী সীমন্ত শেখৰে শ্বেয়াৰ কৰিলে ৮ বছৰ পূৰ্বৰ জুবিন গাৰ্গৰ ফেচবুক পোষ্ট।

পোষ্টটো শ্বেয়াৰ কৰি সীমান্ত শেখৰে লিখিলে “প্ৰায় আঠ বছৰ আগতেই গৌৰৱ গগৈক উদ্দেশ্যি এই প’ষ্টটো দিছিল জুবিন গাৰ্গ দাই আৰু এই প’ষ্টটোৰ পৰা এটা কথাই বুজিব পাৰিলোঁ যে আঠ বছৰতো অসমীয়া শিকিব নোৱাৰিলে গৌৰৱ গগৈয়ে। এনে অসমীয়া ভাষাটোক শুদ্ধকৈ ক’ব নজনা তথা যোৰহাটৰ চাৰিসীমা চিনি নোপোৱা বহিৰাগত প্ৰাৰ্থী ব’হাগৰ কুলি নহয় কি?”

Leave A Reply