Breaking

প্ৰেমৰ ছলনাৰে যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ছিপাঝাৰ থানাৰ উপ পৰিদৰ্শক নিতাই ৰয়

0 227

ছিপাঝাৰ থানাৰ উপ পৰিদৰ্শক নিতাই ৰয়ক আটক।

কোকৰাঝাৰ ফকিৰাগ্ৰাম থানাৰ আৰক্ষীয়ে পুৱতি নিশা ছিপাঝাৰৰ পৰা আটক কৰে আৰক্ষী বিষয়া গৰাকীক।

উল্লেখযোগ্য যে এগৰাকী যুৱতীয়ে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ৰুজো কৰিছিল গোচৰ।

প্ৰেমৰ ছলনাৰে যৌন সম্পৰ্ক কৰি প্ৰতাৰণা কৰাৰ অভিযোগ আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে।

Leave A Reply