সিৰাজুউদ্দিন আজমল ইণ্টাৰনেচনেল দাদাল আখ্যা AJYCP

অসমীয়া ভাষা অপমানকাৰী সিৰাজুউদ্দিন আজমল ইণ্টাৰনেচনেল দাদাল আখ্যা AJYCP.

AIUDF COMPANY আৰু বদৰুদ্দিন আজমল আৰু সিৰাজুউদ্দিন আজমল বৰাক উপত্যকাত প্ৰৱেশ নিষিদ্ধ,

বৰাক উপত্যকাত প্ৰবেশ কৰিলে কলা পতাকাৰ সম্মুখীন হ’ব AIUDF COMPANY.

অসম আৰু অসমীয়া ভাষাৰ বিৰোধী সিৰাজুউদ্দিন আজমল অসমত থকাৰ নৈতিক অধিকাৰৰ নাই AJYCP কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিৰ উদ্দিন লস্কৰ।

Related Articles