October 26, 2022 শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসুস্থ হোৱাৰ বাবে নতুন দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা হয়… Share FacebookTwitterWhatsAppTelegramKooEmail নতুন দিল্লীত হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত। সম্প্ৰতি অখিল গগৈৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে চিকিৎসকে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক দৈনন্দিন বাৰ্তা - December 13, 2025