December 2, 2023 শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি ভ্ৰমণ… Share FacebookTwitterWhatsAppTelegramKooEmail শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি পৰিভ্ৰমণ। অখিল গগৈয়ে চাইকেলেৰে শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰে। কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিদৰ্শন কৰি বিধায়কজনে গাঁৱৰ বাট পথ নামঘৰ আদি পৰিদৰ্শন কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ দৈনন্দিন বাৰ্তা - December 23, 2025 তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ দৈনন্দিন বাৰ্তা - December 23, 2025 বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক । দৈনন্দিন বাৰ্তা - December 23, 2025