December 2, 2023 শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি ভ্ৰমণ… Share FacebookTwitterWhatsAppTelegramKooEmail শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি পৰিভ্ৰমণ। অখিল গগৈয়ে চাইকেলেৰে শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰে। কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিদৰ্শন কৰি বিধায়কজনে গাঁৱৰ বাট পথ নামঘৰ আদি পৰিদৰ্শন কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত ৰোহিত মেহতা লায়ন্স কুৱেষ্ট সপ্তাহ উদযাপন দৈনন্দিন বাৰ্তা - September 2, 2026 পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নক ‘সুন্দৰা নটুৱা’ বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - September 2, 2026 ৰজাপথাৰত প্ৰয়াত কবি শিক্ষয়িত্ৰী তুষামাই টেৰণপীৰ মৃ্ত্যু বাৰ্ষিকীত বাটৰ পুথিভঁৰাল উদ্বোধন দৈনন্দিন বাৰ্তা - September 2, 2026