SKS English Academy: ১০০ শতাংশ হাৰেৰে ডিব্ৰুগড়ত উজলিল লাহোৱালৰ SKS ইংলিছ একাডেমি

১০০ শতাংশ হাৰেৰে ডিব্ৰুগড়ত উজলিল লাহোৱালৰ এচ কে এচ ইংলিছ অকাডেমি।(SKS English Academy)


হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ লাহোৱাল অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে SKS English Academy এ।(Dibrugarh)


একাডেমিখনৰ পৰা ২৭ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ ভিতৰতে এজন ডিষ্ট্ৰীংচন আৰু ৭জন ষ্টাৰ মাৰ্কসহ আটাইকেইগৰাকী প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে এই বিদ্যালয়খনত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পৰীক্ষাৰ্থীসকল।

এই ফলাফলকলৈ এতিয়া বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে।

Related Articles