November 26, 2023 যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী। এখন ১৪ চকীয়া ট্ৰাকত সৰবৰাহ কৰা হৈছিল ৩০টাকৈ গো-ধন। আটক ছাদ্দাম হুছেইন, আশিস আহমেদ নামৰ ২ সৰবৰাহকাৰী। যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে গোভৰ্তি বাহনখন। Related Articles গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News: দৈনন্দিন বাৰ্তা - May 14, 2025 পাকিস্তানত এতিয়া ৩২ টা বিমানবন্দ কেনে অৱস্থাত আছে ! Pakistan airport দৈনন্দিন বাৰ্তা - May 12, 2025 Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক দৈনন্দিন বাৰ্তা - May 12, 2025