May 18, 2020 শিলঘাটত সাপ উদ্ধাৰ Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ’ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত। Author: দৈনন্দিন বাৰ্তা Related Articles LPG Tankers: অন্ত পৰিব গেছৰ নাটনি ! ইৰাণৰ পৰা আহি আছে দুখন ভাৰতীয় LPG টেংকাৰ দৈনন্দিন বাৰ্তা - March 14, 2026 ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন দৈনন্দিন বাৰ্তা - March 13, 2026