চ’ছিয়েল মিডিয়াত খলকনি ।
স্বয়ম্ভু জাতীয় সংগঠনৰ মুখা খুলিবলৈ আৰম্ভ কৰিছে সংগঠনৰে এচাম নেতাই
শিৱসাগৰত সৃষ্টি হেছৈ এই খলকনিৰ
ONGCত গাড়ী নিবিদাক লৈ যাদৱ গগৈৰ বিস্ফুৰক ফেচবুক পুষ্ট

372খন গাড়ী নিবিদা চলি থকা মাজতে নিগমত এটা ছাত্ৰ সংগঠনৰ নেতা সকলে আজি গোপন বুজাবুজিত মিলিত হোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ নেতা গৰাকীৰ
আপুনিও ভাবিবলৈ বাধ্য হব জাতীয় সংগঠনৰ সমূহৰ এই সমূহ কৰ্ম কাণ্ড

এতিয়া প্ৰশ্ন হৈছে কোন সঁচা আৰু কোন মিছা
অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈয়ে অভিযোগ অনা অনুসৰি ONGCৰ সৈতে গোপন বুজাবুজিত মিলিত হোৱা ছাত্ৰ নেতা সকলৰ সবিশেষ ৰাজহুৱা কৰিবলৈ সক্ষম হ’বনে?
যাকলৈ শিৱসাগৰত চেপা উত্তেজনা অব্যাহত আছে