শিৱসাগৰৰ দিখৌমুখৰ একাংশ কিশোৰ কিশোৰী ব্যস্ত শৰীৰ চৰ্চাত

সমাজৰ বাবে ইতিবাচক খবৰ।যিটো সময়ত সমাজৰ একাংশ কিশোৰ কিশোৰী বিপথে পৰিচালিত হোৱা দেখা গৈছে সেই সময়তে একাংশ কিশোৰ কিশোৰী ব্যস্ত শৰীৰ চৰ্চা কৰাত।শিৱসাগৰ জিলাৰ আমগুৰিৰ দিখৌমুখৰ দিখৌমুখ হেল্থ ক্লাৱত পঞ্চাশটা কিশোৰ কিশোৰী ব্যস্ত শৰীৰ চৰ্চা কৰাত।

এই ক্লাৱৰপৰা ৰাষ্ট্ৰীয় পয্যায়ত গৌৰাঙ্গ বৰা আৰু বৰ্ণালী বৰাই পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বহুকেইজনে ছাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

Related Articles