July 25, 2024 কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক… Share FacebookTwitterWhatsAppTelegramKooEmail কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক। আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক। Author: দৈনন্দিন বাৰ্তা Related Articles ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025 শিল্পী সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ পৰ্টেল উন্মোচন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ । দৈনন্দিন বাৰ্তা - December 16, 2025 উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা ড° ৰীতা চৌধুৰীৰ দৈনন্দিন বাৰ্তা - December 14, 2025